Posts

Showing posts from February, 2024

3rd grade 4th grade exam gk, all assam gk, assam gk, assam competitive gk, assam history gk, assam sanctuary gk

 King Sukaphaa চাওলুং চুকাফা  চুকাফা প্ৰথম আহোমৰ ৰজা আছিল । তেওঁ আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে । চুকাফাই অসমত বুৰঞ্জী লিখা আৰম্ভ কৰে। চুকাফাই বৰগোহাঞিৰ আৰু বুঢ়াগোহাঞিৰ পদবী সৃষ্টি কৰে।  চুতেওফা (Suteuphaa) চুতেওফা , চাওলুং চুকাফাৰ বৰ পুত্ৰ আছিল। এও আহোমৰ দ্বীতীয় ৰজা আছিল। চুহুংমুঙ (Suhungmung) চুহুংমুঙক স্বৰ্গনাৰায়ন বা দিহিঙ্গীয়া ৰজা বুলিও জনা যায়। তেওঁৰ দিনৰ পৰাই ৰজা সকলো স্বৰ্গদেউ উপাধী লয়। চুঙুংমুঙে আহোম ৰাজ্যত প্ৰথম লোকপিয়ল আৰম্ভ কৰে। চুহুংমুঙে বৰপাত্ৰ গোহাঁই শদিয়াখোৱ গোঁহাই আৰু মঙৰিখোৱা গোঁহাই পদবী সৃষ্টি কৰে। Susengpha/ Pratap Singh / বুঢ়া ৰজা  এওঁ বৰবৰুৱা আৰু বৰফকন পদবী সৃষ্টি কৰে  আৰু পাইক প্ৰথা প্ৰচলন কৰিছিল। Suklengmung / Garhgaya Raja :-Garhgaon Tank Use octangle coin Naga Ali Supatpha/ Gadadha Singh :- Dhodar Ali Umananda Temple Sukhrangpha/ Rudra Singh Joy Dol Joysagar Tank Namdang Stone Bridge Rang Gahr ( Old Model with Wood) Sutanpah / Shiva Singh  Dhai Ali Ashwaklanta Devalaya  Siva Singh had Three Queens  i) Bor Raja Ambika:- Siva Dol Sivasagar Tank ii) Bar Raja Phu